ৰাণী মুখাৰ্জীৰ ছবি ‘হিস্কী’ স্ক্ৰিনিং হব ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল মেলবৰ্নত

ৰাণী মুখাৰ্জীৰ ছবি ‘হিস্কী’ স্ক্ৰিনিং হব ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল মেলবৰ্নত
Published on: 

অভিনেত্ৰী ৰাণী মুখাৰ্জী ছবি "হিস্কী" খন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত মেলবৰ্নত স্ক্ৰিনিং হব। সিদ্ধাৰ্থ মলহোত্ৰাৰ নিৰ্দেশক "হিস্কী' স্ক্ৰিনিং হব ১১ আগষ্টত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com