২০২৩ চনৰ বাবে ঘোষণা কৰা ১০৬ টা পদ্ম বঁটা

২০২৩ বৰ্ষৰ পদ্ম বঁটাৰ বিজয়ীৰ তালিকা বুধবাৰে প্ৰকাশ কৰে
২০২৩ চনৰ বাবে ঘোষণা কৰা ১০৬ টা পদ্ম বঁটা
Published on: 

নতুন দিল্লীঃ ভাৰতৰত্নৰ পিছত ভাৰত চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বঁটা। পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী তিনি প্ৰকাৰৰ পদ্ম বঁটা। ২০২৩ বৰ্ষৰ পদ্ম বঁটাৰ বিজয়ীৰ তালিকা বুধবাৰে প্ৰকাশ কৰে। এইবাৰ মুঠ ১০৬টা পদ্ম বঁটা প্ৰদান কৰা হ'ব আৰু ইয়াৰে ৬টা পদ্ম বিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com