ক'ৰ'নাত অসমত আৰু দুজন ব্যক্তিৰ মৃত্যু

ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'নাত মৃতৰ সংখ্যা ৮৮জনলৈ বৃদ্ধি পাইছে।
ক'ৰ'নাত অসমত আৰু দুজন ব্যক্তিৰ মৃত্যু

ক'ৰ'না মহামাৰীত ৰাজ্যত আৰু দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে। ইয়াৰে এগৰাকী মহিলা। প্ৰাপ্ত তথ্য অনুসৰি দুয়োজনৰে ঘৰ কামৰূপ মহানগৰ তথা গুৱাহাটীত।স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি দুৰ্ভগীয়াদ্বয় হৈছে দুলুৰাণী সৰকাৰ(৭০) আৰু হেমন্ত বৰগোহাঁই(৫০)। ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'নাত মৃতৰ সংখ্যা ৮৮জনলৈ বৃদ্ধি পাইছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com