চিকিৎসালয়ৰ পৰা ঘৰলৈ ৰাজ্যৰ আৰু ৩৮জন জন ক'ৰ'না আক্ৰান্ত

এই ৩৮জন ক’ৰ’না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।
চিকিৎসালয়ৰ পৰা ঘৰলৈ ৰাজ্যৰ আৰু ৩৮জন জন ক'ৰ'না আক্ৰান্ত

চিকিৎসালয়ৰ পৰা ঘৰলৈ ৰাজ্যৰ আৰু ৩৮জন জন ক'ৰ'না আক্ৰান্ত

ৰাজ্যত আৰু ৩৮জন ক'ৰ'না আক্ৰান্তই আৰোগ্য হৈ ঘৰমুৱা হৈছে। স্বাস্থ্য হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি এই ৩৮জন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। এই ৩৮ জন ব্যক্তিৰ ১৪জন সিলচৰ মেডিকেল কলেজতস ১১ জন গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত, দুজন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত, আঠজন বৰপেটা মেডিকেল কলেজ হাস্পতালত আৰু তিনিজন যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল। এই ব্যক্তিকেইজনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ লগে লগে অসমত সক্ৰিয় কৰোনা আক্ৰান্তৰ সংখ্যা ৯৩০জনলৈ হ্ৰাস পাইছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com