ক'ৰ'নাত আক্ৰান্ত হ'ল স্বাধীনতা দিৱসৰ বাবে সাজু হোৱা ৪ আৰক্ষী

ৱশ্যে এইবাৰ ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ স্বাধীনতা দিৱস পালন কৰা হ'ব।
ক'ৰ'নাত আক্ৰান্ত হ'ল স্বাধীনতা দিৱসৰ বাবে সাজু হোৱা ৪ আৰক্ষী

ক'ৰ'না পজিটিভ হ'ল আগন্তুক স্বাধীনতা দিৱসৰ পেৰেডত অংশ লোৱাৰ বাবে সাজু হোৱা অসম আৰক্ষীৰ চাৰিজন জোৱান। প্ৰাপ্ত তথ্য অনুসৰি প্ৰস্তুতি চলি থকাৰ সময়তে এই জোৱানকেইজন ক'ৰ'নাত আক্ৰান্ত হয়। অৱশ্যে এইবাৰ ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ স্বাধীনতা দিৱস পালন কৰা হ'ব।

তদুপৰি স্বাধীনতা দিৱস উদযাপনৰ স্থান জজ ফিল্ডলৈ স্থানান্তৰ কৰা হৈছে। উল্লেখ্য যে কালিও অসম আৰক্ষীৰ ৯জন লোক ক'ৰ'না পজিটিভ হয়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com