নগালেণ্ডত আৰু ছজন ক'ৰ'না আক্ৰান্ত চিনাক্ত

নগালেণ্ডত আৰু ছজন ক'ৰ'না আক্ৰান্ত চিনাক্ত
Published on: 

নগালেণ্ডত আৰু ছজন ক'ৰ'না আক্ৰান্ত চিনাক্ত

নগালেণ্ডতো উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। আজি মঙলবাৰে পাহাৰীয়া ৰাজ্যখনত আৰু ছজন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী এছ পি ফমে টুইটাৰত কয় যে এই ছয় ক'ৰ'না আক্ৰান্তৰ আটাইকেইজনেই ডিমাপুৰৰ। আটাইকেইজনে তলাবন্ধৰ সময়চোৱাত চেন্নাইৰ পৰা নগালেণ্ডত উপস্থিত হয়। অৱশ্যে ৰাইজক আতংকিত নহ'বলৈ মন্ত্ৰী ফমে আহ্বান জনায়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com