পিতৃৰ পাছত ক'ৰ'না পজিটিভ হ'ল অভিনেতা অভিষেক বচ্চনো। বিগ-বি এই মহামাৰীত আক্ৰান্ত হোৱাৰ কিছুসময়ৰ পাছতে তেওঁৰ একমাত্ৰ পুত্ৰ অভিষেকৰ শৰীৰতো ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। জনাইছে।সম্প্ৰতি বিগ-বি মুম্বাইৰ নানাৱতী হাস্পতালত চিকিত্সাধীন হৈ আছে।