ৰাজ্যত আৰু ৪০ জন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

অসমত সক্ৰিয় কৰোনা আক্ৰান্তৰ সংখ্যা ১,১৮২জনলৈ হ্ৰাস পাইছে।
ৰাজ্যত আৰু ৪০ জন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

ৰাজ্যত আৰু ৪০ জন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

ৰাজ্যত আৰু ৪০ জন ক'ৰ'না আক্ৰান্তই আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা অব্যাহতি লৈছে। স্বাস্থ্য হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি এই ৪০ জন ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। এই ৪০ জন ব্যক্তিৰ ১২জন গোলাঘাট জিলা চিকিৎসালয়, ১৮জন শিলচৰ মেডিকেল কলেজ হাস্পতাল আৰু ৯ জন মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ আছিল। এই ব্যক্তিকেইজনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ লগে লগে অসমত সক্ৰিয় কৰোনা আক্ৰান্তৰ সংখ্যা ১,১৮২জনলৈ হ্ৰাস পাইছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com