অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৩,৩৩৬লৈ বৃদ্ধি

সম্প্ৰতি ৰাজ্যত এক্টিভ ক’ৰ’না আক্ৰান্ত ৪,৯৮৮জন আছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৩,৩৩৬লৈ বৃদ্ধি

অসমত উদ্বেগজনক হাৰত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত শেহতীযাভাৱে ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৩,৩৩৬জনলৈ বৃদ্ধি পাইছে। কালি ৮১৪জন নতুন ক'ৰ'না আক্ৰান্ত চিনাক্ত হয়। ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৩,৩৩৬ জন হৈছে। সম্প্ৰতি ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্ত ৪,৯৮৮জন আছে।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com