আৰু দুজনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ অসমত আক্ৰান্তৰ সংখ্যা ১৯১ লৈ বৃদ্ধি

কোকৰাঝাৰৰ কোৱাৰেণ্টিং চেণ্টাৰত ভৰ্তি হৈ থকা দুজন লোকৰ শৰীৰত মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে
আৰু দুজনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ অসমত আক্ৰান্তৰ সংখ্যা ১৯১ লৈ বৃদ্ধি
Published on: 

আৰু দুজনৰ শৰীৰত ক'ৰ'না ভাইৰাছঃ অসমত আক্ৰান্তৰ সংখ্যা ১৯১ লৈ বৃদ্ধি

অসমত উদ্বেগজনকভাবে বৃদ্ধি পাইছে ক'ৰ'না ভাইৰাছৰ দ্ধাৰা আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ১৯১জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি কোকৰাঝাৰৰ কোৱাৰেণ্টিং চেণ্টাৰত ভৰ্তি হৈ থকা দুজন লোকৰ শৰীৰত মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ ফলত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ১৯১ জনলৈ বৃদ্ধি পাইছে৷ আনহাতে, স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি ৰাজ্যত ক'ৰ'না মহামাৰীৰ পৰা ৪৮জন লোক সুস্থ হৈছে। অৱশ্যে বৰ্তমানেও অসুস্থ হৈ আছে ১৩৬ জন লোক। তদুপৰি চাৰিজন লোক মৃত্যুমুখত পৰিছে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com