অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৩৯৭লৈ বৃদ্ধি, আৰু ৭৩জন পজিটিভ চিনাক্ত

ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৮৪৩ জনলৈ বৃদ্ধি পাইছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৩৯৭লৈ বৃদ্ধি, আৰু ৭৩জন পজিটিভ চিনাক্ত
Published on

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৩৯৭লৈ বৃদ্ধি, আৰু ৭৩জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যাৰ উদ্বেগজনকভাবে বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২৩৯৭জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৭৩জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৭৩ জন ক'ৰ'না আক্ৰান্তৰ ২১ জন ধুবুৰীৰ, ১২জন ডিমা হাচাওৰ, ৬জন গোৱালপাৰাৰ, ৫জন অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৩৯৭লৈ বৃদ্ধি, আৰু ৭৩জন পজিটিভ চিনাক্ত, ৫জন কামৰূপৰ, ৪জন বিমানকোঠৰ, ৪জন পশ্চিম কাৰ্বি আংলঙৰ, ৪জন গোলাঘাটৰ, ৩জন ধেমাজিৰ, ২জন কাচাৰৰ, এজন মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ, এজন ৰঙাপাৰাৰ, এজন কাৰ্বি আংলঙৰ, এজন নগাঁৱৰ, এজন চৰাইদেউৰ, এজন কৰিমগঞ্জৰ আৰু এজন শিৱসাগৰৰ। ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৮৪৩ জনলৈ বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com