অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,৫৬৫লৈ বৃদ্ধি, আৰু ৯২জন পজিটিভ চিনাক্ত

ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৯৪৩ জনলৈ বৃদ্ধি পাইছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,৫৬৫লৈ বৃদ্ধি, আৰু ৯২জন পজিটিভ চিনাক্ত
Published on

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,৫৬৫লৈ বৃদ্ধি, আৰু ৯২জন পজিটিভ চিনাক্ত

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,৫৬৫জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৯২জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৯২ ক'ৰ'না আক্ৰান্তৰ ৩৯জন হোজাইৰ, ২৪জন ধুবুৰীৰ, ১০জন নগাঁৱৰ, ৬জন মাজুলীৰ, ৫জন লখিমপুৰ আৰু এজন ধেমাজিৰ। ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৯৪৩ জনলৈ বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com