অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৪৬ জনলৈ বৃদ্ধি, পুনৰ ১৭জন চিনাক্ত

আজি নিশা নতুনকৈ ১৭জন ক’ৰ’না আক্ৰান্ত চিনাক্ত কৰা হয়
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৪৬ জনলৈ বৃদ্ধি, পুনৰ ১৭জন চিনাক্ত
Published on: 

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৪৬ জনলৈ বৃদ্ধি, পুনৰ ১৭জন চিনাক্ত

অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰিছে৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৩৪৬জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নিশা নতুনকৈ ১৭জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয় । এই ১৭জন ক'ৰ'না আক্ৰান্ত ৰাজ্যৰ বিভিন্ন জিলাৰ ।ইয়াৰে চাৰিজন চিৰাঙৰ, চাৰিজন তিনিচুকীয়াৰ, এজন গোৱালপাৰাৰ আৰু আঠজন শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com