অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৬৯৩ লৈ বৃদ্ধি, আৰু ১৯৫ জন পজিটিভ চিনাক্ত

ফলত ৰাজ্যত এক্টিভ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২,০৯৮জনলৈ বৃদ্ধি পাইছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৬৯৩ লৈ বৃদ্ধি, আৰু ১৯৫ জন পজিটিভ চিনাক্ত
Published on: 

অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৬৯৩জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ১৯৫জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ১৯৫জন ক'ৰ'না আক্ৰান্ত ৰাজ্যৰ বিভিন্ন জিলাৰ। ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২,০৯৮জনলৈ বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com