অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৪,৬৯৪লৈ বৃদ্ধি

ফলত ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২,০৪১ জনলৈ বৃদ্ধি পাইছে।
অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৪,৬৯৪লৈ বৃদ্ধি
Published on: 

অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৪,৬৯৪ জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৮৯ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৮৯ ক'ৰ'না মহামাৰী আক্ৰান্ত ৰাজ্যৰ বিভিন্ন জিলাৰ। ফলত ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২,০৪১ জনলৈ বৃদ্ধি পাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com