আৰু ১৮ জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭০৪লৈ বৃদ্ধি

তেওঁ বিমানেৰে আহমেদাবাদৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল ৷
আৰু ১৮ জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭০৪লৈ বৃদ্ধি
Published on

আৰু ১৮ জন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭০৪লৈ বৃদ্ধি

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ আজি নতুনকৈ ১৮ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়।

ফলত ৰাজ্যত ৭০৪ জনলৈ বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই ১৮ আক্ৰান্তৰ এজন কামৰুপ মহানগৰৰ ৷ তেওঁ বিমানেৰে আহমেদাবাদৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল ৷ আনকেইজনৰ ১৪জন গোলাঘাটৰ, দুজন কাৰ্বি আংলঙৰ আৰু এজন লখিমপুৰৰ ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com