অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭,৭৯৪জনলৈ বৃদ্ধি

একেদৰে ২,৪৪৭জনৰ শৰীৰত এই অতি সংক্ৰামক ভাইৰাছ সক্ৰিয় হৈ আছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৭,৭৯৪জনলৈ বৃদ্ধি
Published on: 

অসমত উদ্বেগজনকভাবে ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত শেহতীয়াভাবে নতুনকৈ আৰু ৩০২ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে। ফলত ৰাজ্যত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৭,৭৯৪জনলৈ বৃদ্ধি পাইছে। একেদৰে ২,৪৪৭জনৰ শৰীৰত এই অতি সংক্ৰামক ভাইৰাছ সক্ৰিয় হৈ আছে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com