অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯,৪৩৪ জনলৈ বৃদ্ধি

ফলত ৰাজ্যত ক’ৰ’না এক্টিভ পজিটিভৰ সংখ্যা ৩,৩১১ জনলৈ বৃদ্ধি পাইছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯,৪৩৪ জনলৈ বৃদ্ধি
Published on

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ অসমত অব্যাহত আছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ অনুসৰি ৰাজ্যত শেহতীয়াভাবে ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯,৪৩৪ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে ৰাজ্যত নতুনকৈ ৪৭৯ ক'ৰ'না পজিটিভ চিনাক্ত কৰা হৈছে। ফলত ৰাজ্যত ক'ৰ'না এক্টিভ পজিটিভৰ সংখ্যা ৩,৩১১ জনলৈ বৃদ্ধি পাইছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com