অসমত আৰু ৩জন ক'ৰ'না আক্ৰান্তৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ১০১লৈ বৃদ্ধি

এই দুৰ্ভগীয়া তিনিজন কাচাৰ আৰু গোলাঘাট জিলাৰ।
অসমত আৰু ৩জন ক'ৰ'না আক্ৰান্তৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ১০১লৈ বৃদ্ধি
Published on

ৰাজ্যত আৰু তিনিজন ক'ৰ'না আক্ৰান্তই প্ৰাণ হেৰুৱালে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই দুৰ্ভগীয়া তিনিজন কাচাৰ আৰু গোলাঘাট জিলাৰ। এই সম্পৰ্কত এটা টুইটত তেওঁ কয় যে কাচাৰৰ মৰ্ণিং পোহলেং(৪০) আৰু লীলা পাল(৭০)ৰ লগতে গোলাঘাটৰ হীৰামন ঠাকুৰ নামৰ ক'ৰ'না আক্ৰান্ত তিনিজনৰ আজি মৃত্যু হয়। ইয়াৰ লগে লগে ক'ৰ'না মহামাৰীত মৃতৰ সংখ্যা ১০১লৈ বৃদ্ধি পাইছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com