অসমত ক'ৰ'নাত আৰু ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৮৬লৈ বৃদ্ধি

ইয়াৰ লগে লগে ৰাজ্যত ক’ৰ’নাত মৃতকৰ সংখ্যা ৮৬লৈ বৃদ্ধি পাইছে।
অসমত ক'ৰ'নাত আৰু ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৮৬লৈ বৃদ্ধি

ৰাজ্যত ক'ৰ'না মহামাৰীত আৰু ৭ জন লোকে প্ৰাণ হেৰুৱালে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াভাবে ৰাজ্যৰ বিভিন্ন স্থানত সাতজন ক'ৰ'না আক্ৰান্তৰ মৃত্যু হয়। স্বাস্থ্য মন্ত্ৰীৰ মতে, এই লোককেইজন হৈছে যোৰহাটৰ তুলসী প্ৰসাদ দেউৰী (৫৯), পূব কাৰ্বি আংলঙৰ জ.সিং বে(৫৯). কামৰূপ মহানগৰৰ মেবিনা বেগম(২৬), ডিব্ৰগড়ৰ ডাঃ জি এম এছ চৌধুৰী(৭২) আৰু তিনিচুকীয়াৰ অজয় মাহাতো(৩৫), পুষ্পা ৰয়(৭৫) আৰু দীনেশ চন্দ্ৰ দাস(৫০)।

ইয়াৰ লগে লগে ৰাজ্যত ক'ৰ'নাত মৃতকৰ সংখ্যা ৮৬লৈ বৃদ্ধি পাইছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com