স্বামীসহ ক'ৰ'নাত আক্ৰান্ত হ'ল জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস

সম্প্ৰতি দম্পতীহাল জি এন আৰ চি হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি হৈ আছে ৷
স্বামীসহ ক'ৰ'নাত আক্ৰান্ত হ'ল জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস

স্বামীসহ ক'ৰ'নাত আক্ৰান্ত হ'ল জনপ্ৰিয় কমেডী অভিনেত্ৰী চেতনা দাস ৷ প্ৰাপ্ত তথ্য অনুসৰি অভিনেত্ৰী দাস আৰু তেওঁৰ স্বামী বিমলানন্দ দাসে ক'ৰ'না পৰীক্ষা কৰায়। এই পৰীক্ষাৰ প্ৰতিবেদনৰ ফলাফল পজিটিভ হৈছে ৷ সম্প্ৰতি দম্পতীহাল জি এন আৰ চি হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি হৈ আছে ৷

দুয়োৰে অৱস্থা একে আছে ৷ ইপিনে, ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ আজিলৈকে মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৯৮হেজাৰৰো অধিক হৈছে ৷ কালি বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যত কমেও দুহেজাৰৰো অধিক লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com