বোধগয়াত দালাই লামাক ভাবুকি দি আটক চীনৰ চোৰাংচোৱা

বোধগয়াত দালাই লামাক ভাবুকি দি আটক চীনৰ চোৰাংচোৱা

তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাৰ প্ৰতি ভাবুকি দিয়াৰ অভিযোগত বোধগয়াত বিহাৰ আৰক্ষীয়ে এগৰাকী সন্দেহযুক্ত চীনা মহিলাক আটক কৰি জেৰা কৰিছে বুলি নিশ্চিত কৰিছে এডিজি (মুখ্য কাৰ্যালয়) জে এছ গংগৱাৰে
Published on

তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাৰ প্ৰতি ভাবুকি দিয়াৰ অভিযোগত বোধগয়াত বিহাৰ আৰক্ষীয়ে এগৰাকী সন্দেহযুক্ত চীনা মহিলাক আটক কৰি জেৰা কৰি আছে বুলি নিশ্চিত কৰিছে এডিজি (মুখ্য কাৰ্যালয়) জে এছ গংগৱাৰে। দালাই লামাক দিয়া ভাবুকিৰ সৈতে জড়িত হৈ তেওঁক আটক কৰি ৰখা হৈছে বুলি এডিজি (মুখ্য কাৰ্যালয়)য়ে জানিবলৈ দিয়ে। "তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাক দিয়া অভিযোগৰ ভাবুকিৰ সৈতে জড়িত সন্দেহযুক্ত (চীনা) মহিলাগৰাকীক বোধ গয়াত আৰক্ষীয়ে আটক কৰে। তেওঁক জেৰা চলি আছে বুলি আৰক্ষীয়ে জনাইছে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com