১৩ আগষ্টত প্ৰকাশ পাব কটনত স্নাতক মহলাৰ নামভৰ্তিৰ মেধা তালিকা

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰা অনুসৰি পূৰ্বে ১১ আগষ্টত এই মেধা তালিকা প্ৰস্তুত কৰাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ'ল।
১৩ আগষ্টত প্ৰকাশ পাব কটনত স্নাতক মহলাৰ নামভৰ্তিৰ মেধা তালিকা

কাইলৈ তথা ১৩ আগষ্টত কটন বিশ্ববিদ্যালয়ত স্নাতক মহলাৰ নামভৰ্তিৰ সংযুক্ত মেধা তালিকা প্ৰকাশ পাব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰা অনুসৰি পব্ৰেব ১১ আগষ্টত এই মেধা তালিকা প্ৰস্তুত কৰাৰ কথা আছিল যদিও সেয়া সম্ভৱ নহ'ল। অৱশেষত এই তালিকা কাইলৈ পিছবেলা প্ৰকাশ পাব বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে প্ৰকাশ কৰিছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com