শীৰ্ষ বাতৰি
ক'ৰ'না মহামাৰীঃ সমগ্ৰ অসমত আজি নিশা ৭ বজাৰ পৰা কাৰ্ফিউ
তেওঁ কয় যে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে এই কাৰ্ফিউ বলবত থাকিব।
ৰাজ্যত ক'ৰ'না মহামাৰীৰ প্ৰকোপ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি শুকুৰবাৰে নিশা সাত বজাৰ পৰা কাৰ্ফিউ বলবত হ'ব। এই কাৰ্ফিউ প্ৰতিদিনে নিশা সাত বজাৰ পৰা পুৱা সাত বজালৈ বলবত থাকিব। আজি এখন সংবাদমেলত এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে এই কাৰ্ফিউ বলবত থাকিব।

