ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত জৰুৰী সেৱা পুনৰ আৰম্ভ

হৈ মৃত্যু হোৱা ১৬ বছৰীয়া কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ ডাঃ বি বৰুৱা প্ৰতিষ্ঠানৰ একাধিক চিকিৎসক আৰু নাৰ্ছ অহা বুলি চৰ্চিত হৈছিল
ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত জৰুৰী সেৱা পুনৰ আৰম্ভ
Published on

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত জৰুৰী সেৱা পুনৰ আৰম্ভ

পুনৰ জৰুৰী সেৱা আৰম্ভ কৰা হৈছে গুৱাহাটীৰ ডাঃ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত। উল্লেখ্য যে ক'ৰ'নাত আক্ৰান্ত হৈ যোৱা বৃহস্পতিবাৰে নিশা ক'ৰ'নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ১৬ বছৰীয়া কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ ডাঃ বি বৰুৱা প্ৰতিষ্ঠানৰ একাধিক চিকিৎসক আৰু নাৰ্ছ অহা বুলি চৰ্চিত হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত কালি প্ৰতিষ্ঠানখনক কণ্টেইনমেন্ট জন ঘোষণা কৰা হয়। আজিৰ পৰা প্ৰতিষ্ঠানখনত জৰুৰী সেৱা আৰম্ভ কৰা হৈছে। প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি অহা ১১ মে'ৰ পৰা এই প্ৰতিষ্ঠানত কেমোথেৰাপি আৰু ৰেডিঅথেৰাপি আৰম্ভ হ'ব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com