ভাৰতৰ বজাৰত সোণৰ ০.১৫ শতাংশ, ৰূপৰ ২০৮ টকা মূল্য হ্ৰাস

ভাৰতৰ বজাৰত সোণৰ ০.১৫ শতাংশ, ৰূপৰ ২০৮ টকা মূল্য হ্ৰাস

প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ০.১৫ শতাংশ আৰু প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ২০৮ টকা হ্ৰাস পায় ৷ ফলত সোণৰ মূল্য ৪৯, ২৪০ টকা হয় ৷
Published on

বিয়াৰ যো-জা চলোৱাসকলৰ বাবে সুখবৰ ! শেহতীয়া খবৰ অনুসৰি দেশৰ বজাৰত হ্ৰাস পাবলৈ ধৰিছে সোণ আৰু ৰূপৰ মূল্য। প্ৰাপ্ত তথ্য অনুসৰি  ১৫ নৱেম্বৰ, সোমবাৰে ভাৰতৰ বজাৰত সোণ আৰু ৰূপৰ মূল্য চকুত  লগাকৈ হ্ৰাস পায় । প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ০.১৫ শতাংশ আৰু প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ২০৮ টকা হ্ৰাস পায় ৷

ফলত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৪৯, ২৪০ টকা হয় ৷

আনহাতে, প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৬৫ হেজাৰ টকাতকৈ কিছু বেছিত স্থিৰ হয়। প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৬৫,৮০২টকা হয়। অৱশ্যে দিল্লীৰ স্বৰ্ণ বজাৰত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৪৮ হেজাৰ টকাৰ উৰ্ধত থাকে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com