লোকটকত চোৰাংচিকাৰীয়ে হত্যা কৰিলে  হৰিণ

লোকটকত চোৰাংচিকাৰীয়ে হত্যা কৰিলে হৰিণ

এদল চোৰাংচিকাৰীয়ে স্থানীয়ভাৱে খৰছা নামেৰে জনাজাত এবিধ মাইকী হৰিণক হত্যা কৰে।
Published on

ইম্ফল : দেওবাৰে মণিপুৰৰ লোকটক হ্ৰদত পোহৰলৈ আহে এক ভয়ংকৰ ঘটনা। এদল চোৰাংচিকাৰীয়ে স্থানীয়ভাৱে খৰছা নামেৰে জনাজাত এবিধ মাইকী হৰিণক হত্যা কৰে। চিকাৰীসকলে হাড়, মূৰ আৰু ছালৰ বাদ দি হৰিণটোৰ মাংস লৈ ঠাইখনৰ পৰা আঁতৰি যায়। বিষয়টো সন্দৰ্ভত পূৰ্বতে লাভ কৰা তথ্যৰ ভিত্তিত মণিপুৰ চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে তালাচী অভিযান আৰম্ভ কৰিছে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com