গুৱাহাটীৰ বশিষ্টত ভয়াবহ অগ্নিকাণ্ডত ছটা গৃহ ভস্মীভূত

লগে লগে জুয়ে কাষতে থকা ৬টা গৃহ আগুৰি ধৰে আৰু কিছু সময়ৰ ভিতৰতে গৃহ কেইটা ভস্মীভূত হয়।
গুৱাহাটীৰ বশিষ্টত ভয়াবহ অগ্নিকাণ্ডত ছটা গৃহ ভস্মীভূত
Published on: 

এক ভয়াবহ অগ্নিকাণ্ডত গুৱাহাটীৰ বশিষ্ট অঞ্চলত ভস্মীভূত হ'ল ছটা বাসগৃহ। এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে বশিষ্টৰ সাত নম্বৰ কয়লা ডিপোত। লগে লগে জুয়ে কাষতে থকা ৬টা গৃহ আগুৰি ধৰে আৰু কিছু সময়ৰ ভিতৰতে গৃহ কেইটা ভস্মীভূত হয়। এডাল উচ্চ বিদ্যুত পৰিবাহী তাঁৰ ফাটি যোৱাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।আনহাতে, অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত বহুসংখ্যক অগ্নিনিৰ্বাপক কৰ্মী উপস্থিত হৈ জুই নুমুৱায়।এই অগ্নিকাণ্ডত কথমপিহে ৰক্ষা পৰে কাষতে ৰখাই থোৱা বহুসংখ্যক কয়লাবাহী ট্ৰাক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com