নাগালেণ্ডৰ মন্ত্ৰীয়ে পোষ্ট কৰিলে অৰুণাচলৰ সুন্দৰ ছবি, কাশ্মীৰৰ সৈতে তুলনা

মিষ্টাৰ ইমনাই তেওঁৰ টুইটত ‘য়েহ হাছিন ৱাদিয়ান’ৰ উদ্ধৃতি দি পেমা খাণ্ডুৱে নিমন্ত্ৰণ বিচৰাৰ কথাও উল্লেখ কৰে
নাগালেণ্ডৰ মন্ত্ৰীয়ে পোষ্ট কৰিলে অৰুণাচলৰ সুন্দৰ ছবি, কাশ্মীৰৰ সৈতে তুলনা
Published on

কোহিমা : নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনাক সাধাৰণতে উত্তৰ-পূব অঞ্চলৰ আকৰ্ষণীয় আৰু শেহতীয়া তথ্য আপডেট কৰি নিজৰ অনুৰাগী আৰু অনুগামীসকলৰ সৈতে জড়িত হোৱা দেখা যায়। হাস্যৰসৰ বাবে তেওঁ সুপৰিচিত। ২৮ জানুৱাৰী অৰ্থাৎ শনিবাৰে মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ অনিনীত অৱস্থিত এখন ৰিজৰ্টৰ কেইখনমান ছবি পোষ্ট কৰে। তেওঁ ৰিজ'ৰ্টখনৰ সৌন্দৰ্য্যক চুইজাৰলেণ্ড আৰু কাশ্মীৰৰ বিখ্যাত পৰ্যটনস্থলীৰ সৈতে তুলনা কৰে তেওঁ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com