নগালেণ্ডতো উদ্বেগজনক হাৰত বৃদ্ধি ক'ৰ'না আক্ৰান্তৰ সংখ্যাঃ ৪২জন পজিটিভ

এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ৪২জনলৈ বৃদ্ধি পাইছে। এই কথা সদৰী কৰি ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী এছ পি ফমে।
নগালেণ্ডতো উদ্বেগজনক হাৰত বৃদ্ধি ক'ৰ'না আক্ৰান্তৰ সংখ্যাঃ ৪২জন পজিটিভ
Published on: 

নগালেণ্ডতো উদ্বেগজনক হাৰত বৃদ্ধি ক'ৰ'না আক্ৰান্তৰ সংখ্যাঃ ৪২জন পজিটিভ

অসমকে ধৰি দেশৰ বিভিন্ন স্থানৰ দৰে চুবুৰীয়া ৰাজ্য নগালেণ্ডতো উদ্বেগজনকভাবে বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ৪২জনলৈ বৃদ্ধি পাইছে। এই কথা সদৰী কৰি ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী এছ পি ফমে। ইপিনে, অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যাই ১১শৰ ঘৰ অতিক্ৰম কৰিছে। শেহতীয়াভাবে ৰাজ্যখনত নতুনকৈ সাতজন কৱিড আক্ৰান্ত ধৰা পৰিছে। ইয়াৰে চাৰিজন কহিমাৰ আৰু তিনিজন ডিমাপুৰৰ। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com