উচ্চতৰ মাধ্যমিকঃ কটনৰ মাথোঁ এগৰাকীৰহে স্থান দখলঃ নাম ৰাখিলে দেবাশ্ৰীয়ে

দেৱাশ্ৰীয়ে লাভ কৰিছে মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৭২ নম্বৰ।
উচ্চতৰ মাধ্যমিকঃ কটনৰ মাথোঁ এগৰাকীৰহে স্থান দখলঃ নাম ৰাখিলে দেবাশ্ৰীয়ে

উচ্চতৰ মাধ্যমিকঃ কটনৰ মাথোঁ এগৰাকীৰহে স্থান দখলঃ নাম ৰাখিলে দেবাশ্ৰীয়ে

গৰিমামণ্ডিত কটন (বিশ্ববিদ্যালয়) পৰা মাত্ৰ এগৰাকী ছাত্ৰীয়েহে আজি ফলাফল ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্ৰীগৰাকী হৈছে কলা শাখাত চতুৰ্থ স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা দেৱাশ্ৰী বৰা। দেৱাশ্ৰীয়ে লাভ কৰিছে মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৭২ নম্বৰ। কিন্তু গৰিমামণ্ডিত শিক্ষানুষ্ঠানখনৰ আন কোনো ছাত্ৰ-ছাত্ৰীয়ে স্থান দখল কৰিবলৈ সক্ষম নোহোৱাত ৰাজ্যৰ বিদ্বত সমাজৰ মাজত চৰ্চা লাভ কৰিছে।  ইয়াৰ বিপৰীতে বিপৰীতে ৰাজ্যৰ বহু মহাবিদ্যালয়ে প্ৰদৰ্শন কৰিছে উন্নত ফলাফল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com