ছ'চিয়েল মিডিয়া প্ৰভাৱান্বিত কৰা সকলৰ বাবে ফ্ৰেমৱৰ্ক

ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী আৰু চেলিব্ৰিটিসকলে ১০ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব
ছ'চিয়েল মিডিয়া প্ৰভাৱান্বিত কৰা সকলৰ  বাবে ফ্ৰেমৱৰ্ক
Published on

নতুন দিল্লীঃ ছ'চিয়েল মিডিয়াৰ প্ৰভাৱশালী আৰু চেলিব্ৰিটিসকলে ১০ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব, যিটো পুনৰাবৃত্তিমূলক অপৰাধত ৫০ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ'ব পাৰে আনকি ছয় বছৰলৈকে নিষেধাজ্ঞাৰ সন্মুখীন হ'ব পাৰে, তেওঁলোকৰ বাবে নিৰ্দেশনা উলংঘা কৰিলে, শুকুৰবাৰে গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে এই নিৰ্দেশ জাৰি কৰি দিছিল। গ্ৰাহক পৰিক্ৰমা সচিব ৰোহিত কুমাৰ সিঙে গাইডলাইন প্ৰকাশ কৰাৰ সময়ত সংবাদ মাধ্যমৰ আগত কয় যে সমগ্ৰ বিষয়টো গ্ৰাহকৰ অধিকাৰক কেন্দ্ৰ কৰি।ক্ৰয়ৰ বাবে কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে গ্ৰাহকে যি তথ্য জানিব লাগিব সেয়া সঁচা অৰ্থত প্ৰকাশ কৰাটো এণ্ডাৰছাৰ, চেলিব্ৰিটি আৰু প্ৰভাৱশালী বা অন্যান্য বিজ্ঞাপনদাতাৰ দায়িত্ব", গাইডলাইনত এনেদৰে কোৱা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com