নাগৰিকত্বৰ ক্ষেত্ৰত ৰোহিংগীয়া সকলৰ প্ৰতিক্ৰিয়া

নাগৰিকত্বৰ ক্ষেত্ৰত ৰোহিংগীয়া সকলৰ প্ৰতিক্ৰিয়া

নাগৰিকত্বৰ ক্ষেত্ৰত ৰোহিংগীয়া সকলৰ প্ৰতিক্ৰিয়া ৷ বাংলাদেশ চৰকাৰে দ্বিতীয়বাৰৰ কাৰণে ৰোহিংগীয়াক নাগৰিকত্ব দিবলৈ অস্বীকাৰ কৰাৰ পিছত সম্প্ৰতি প্ৰায় ১১ লাখ ৰোহিংগীয়া ইয়াৰ বিৰুদ্ধে একত্ৰিত হৈছে ৷ যেতিযালৈকে তেওঁলোকৰ নাগৰিকত্ব প্ৰদান নকৰে আৰু ভূমি আৰু অন্যান্য সম্প্ৰতি পুনৰ ঘূৰাই নিদিয়ে তেতিয়ালৈকে তেওঁলোক একত্ৰিত হ’ব ৷

এক বিশেষ সূত্ৰৰ মতে দেওবাৰে বাংলাদেশৰ উখিয়া কুটুপালানাগ মধুচিৰা ৰিফিউজী কেম্পত সকলো লোক একত্ৰিত হয়। ৰোহিংগীয়াসকলে হুংকাৰ দিয়ে যে নাগৰিকত্বত বাধা প্ৰদান কৰিলে তেওঁলোকে যিকোনো সিদ্ধান্ত হাতত ল’ব ৷লগতে তেওঁলোকৰ এজন নেতাই মন্তব্য কৰে যে বিশ্বৰ নেতাসকলে শৰনাৰ্থীসকলক প্ৰত্যক্ষ কৰিবলৈ ইয়ালৈ আহে। কিন্তু কোনেও ইতিবাচক সহাঁৰি নিদিয়ে ৷

এই কথা সকলো শৰণাৰ্থীয়ে হয়ভৰ দিয়ে ৷ইফালে বাংলাদেশ চৰকাৰক তেওঁলোকক আশ্ৰয় প্ৰদান কৰাৰ কাৰনে ধন্যবাদ জ্ঞাপন কৰে ৷আৰু সেই অঞ্চলত বহুত সেনা,বাংলাদেশ আৰক্ষী,আদি সকলোৱে সেই অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Former CM Tarun Gogoi expresses displeasure over NRC

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com