পুৱা ৯ বজাত ছেবাৰ মেট্ৰিকৰ ফলাফল, কেনেদৰে চাব পাৰিব

পুৱা ৯ বজাত ছেবাৰ মেট্ৰিকৰ ফলাফল, কেনেদৰে চাব পাৰিব

পুৱা ৯ বজাত ছেবাৰ মেট্ৰিকৰ ফলাফল, কেনেদৰে চাব পাৰিব

কিছু সময়ৰ পাছতে ঘোষিত হ'ব অসম মাধ্যমিক শিক্ষা ব'ৰ্ড(ছেবা)ৰ দ্বাৰা নিয়ন্ত্ৰিত চলিত বৰ্ষৰ হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত এই ফলাফল ঘোষণা হব। নিম্নোক্ত ৱেবছাইটসমূহতো ফলাফল চাব পাৰিব। 

: sebaonline.org, resultsassam.nic.in, examresults.net, examresults.net/assam/, exametc.com, assamjobalerts.com, assamresult.in, results.siksha and assam.siksha

তদুপৰি মোবাইল এপতো এই ফলাফল উপলব্ধ হব।

ৱেবচাইটত ফলাফল চাওঁতে ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমে ৱেবচাইট টাইপ কৰিব লাগিব । তাৰ পাছতে "Assam HSLC Results 2020" link পাব। এই লিংকত ক্লিক কৰিব পাৰিব। তাৰ পাছতে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ৰোল নম্বৰ, ৰোল নেম আদি মাৰিব লাগিব। ছাত্ৰ-ছাত্ৰীয়ে ফলাফলৰ প্ৰিণ্ট কপি উলিয়াব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com