ছেবাৰ হাইস্কুল শিক্ষান্তঃ মুঠ ৬৪.৮০ শতাংশ উত্তীৰ্ণ, ছাত্ৰৰ আধিপত্য

ছেবাৰ হাইস্কুল শিক্ষান্তঃ মুঠ ৬৪.৮০ শতাংশ উত্তীৰ্ণ, ছাত্ৰৰ আধিপত্য

ছেবাৰ হাইস্কুল শিক্ষান্তঃ মুঠ ৬৪.৮০ শতাংশ উত্তীৰ্ণ, ছাত্ৰৰ আধিপত্য

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফলৰ ক্ষেত্ৰত ছাত্ৰই আধিপত্য বিস্তাৰ কৰিলে।আজি পুৱা ৯ বজাত ফলাফল ঘোষিত হয়। ছেবাই কৰা ঘোষণা অনুসৰি মুঠ ৬৪.৮০ শতাংশ উত্তীৰ্ণ হয়। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৬.৯৩ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৯১শতাংশ। সৰ্ব মুঠ পৰীক্ষাৰ্থী আছিল ৩ লাখ ৪২ হাজাৰ ২২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰে ২লাখ ২১ হাজাৰ ৭৫৬ জন উত্তীৰ্ণ ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com