উচ্চতৰ মাধ্যমিকঃ বিজ্ঞান শাখাৰ স্থান প্ৰাপ্তসকল

বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ স্থান দখল কৰে বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতাই।
উচ্চতৰ মাধ্যমিকঃ বিজ্ঞান শাখাৰ স্থান প্ৰাপ্তসকল

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূডান্ত বৰ্ষৰ পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ স্থান দখল কৰে বৰপেটাৰ আনন্দৰাম বৰুৱা  একাডেমীৰ  অবিনাশ কলিতাই। তেওঁ লাভ কৰে মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮৬ নম্বৰ।  এই শাখাত তেওঁকে ধৰি স্থান লাভ কৰা অন্যান্য ছাত্ৰ-ছাত্ৰীসকল হৈছেঃ

প্ৰথম স্থান

অবিনাশ কলিতা

সৰ্বমুঠ ৪৮৬ নম্বৰ

দ্বিতীয়

নয়মা ফিৰদুচ বৰভূঞা

সৰ্বমুঠ নম্বৰ ৪৮২

কনচেপ্ট জুনিয়ৰ কলেজ, নগাঁও

তৃতীয়

প্ৰীতপল বেজবৰুৱা

সৰ্বমুঠ নম্বৰ ৪৮১

ছাই বিকাশ জুনিয়ৰ কলেজ , কামৰূপ মেট্ৰ

চতুৰ্থ

নিবিৰ ডেকা

সৰ্বমুঠ নম্বৰ ৪৭৯

অনুনৰ্দম বৰুৱা কলেজ,বৰপেটা

ছাগৰ গুৱালা

সৰ্বমুঠ নম্বৰ ৪৭৯

ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

পঞ্চম

আশ্বিশ কুমাৰ গাৰ্গ

সৰ্বমুঠ নম্বৰ ৪৭৮

ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

ষষ্ঠ

অৰ্জুন বুৰাগোঁহাই

সৰ্বমুঠ নম্বৰ ৪৭৭

চল্ট ব্ৰুক একাডেমী , ডিব্ৰুগড়

আয়ুশী কাবৰা

সৰ্বমুঠ নম্বৰ ৪৭৭

ছাই বিকাশ জুনিয়ৰ কলেজ , কামৰূপ মেট্ৰ

ব্ৰিনজীত হাজৰীকা

সৰ্বমুঠ নম্বৰ ৪৭৭

ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

সপ্তম

সুবাশিস ভৌমিক

সৰ্বমুঠ নম্বৰ ৪৭৬

গোৱালপাৰা কলেজ , গোৱালপাৰা

অম্লান জ্যোতি পেগু

সৰ্বমুঠ নম্বৰ ৪৭৬

ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

ছৱনম গুনজন বৰা

সৰ্বমুঠ নম্বৰ ৪৭৬

ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

বিভাছ কাফলে

সৰ্বমুঠ নম্বৰ ৪৭৬

তেজপুৰ বেংগলী বয়ছ এইচ এচ স্কুল , শোণিতপুৰ

অঙ্গছুমালী শৰ্মা

সৰ্বমুঠ নম্বৰ ৪৭৬

তেজপুৰ বেংগলী বয়ছ এইচ এচ স্কুল , শোণিতপুৰ

অষ্টম স্থান

মনিৰুল ইছলাম

সৰ্বমুঠ নম্বৰ ৪৭৫

ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

চিন্ময় নাথ

সৰ্বমুঠ নম্বৰ ৪৭৫

ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

অমিশা সিং

সৰ্বমুঠ নম্বৰ ৪৭৫

ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

হিমানজ্বলি বুৰাগোঁহাই

সৰ্বমুঠ নম্বৰ ৪৭৫

ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

নৱম স্থান

আশ্বিফা নাজনিন লস্কৰ

সৰ্বমুঠ নম্বৰ ৪৭৪

মৰিয়ম আজমল উইমেনছ কলেজ অৱ ছায়েন্স এণ্ড টেকনোলজী, হোজাই। 

উৎপলৰাজ কেম্পৰায়

সৰ্বমুঠ নম্বৰ ৪৭৪

ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

শিবানুজ বৰকটকী

সৰ্বমুঠ নম্বৰ ৪৭৪

অৰুনোদয় একাডেমি , শিৱসাগৰ

দশম স্থান

কুনাল তালুকদাৰ

সৰ্বমুঠ নম্বৰ ৪৭৩

অনুনৰ্দম বৰুৱা একাডেমি , বৰপেটা

অভিজিত চৌধুৰী

সৰ্বমুঠ নম্বৰ ৪৭৩

কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ , বৰপেটা

ইফটিকাৰ আহমেদ

সৰ্বমুঠ নম্বৰ ৪৭৩

ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

অংকিতা শইকীয়া

সৰ্বমুঠ নম্বৰ ৪৭৩

ৰামানুজন জুনিয়ৰ কলেজ , নগাঁও

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com