উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ স্থানপ্ৰাপ্তসকল

কলা শাখাত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ স্থান দখল কৰে দৰং জিলাৰ পাথৰিঘাট এইচ এছ স্কুলৰ পূবালী ডেকাই
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ স্থানপ্ৰাপ্তসকল

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূডান্ত বৰ্ষৰ পৰীক্ষাত কলা  শাখাত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ স্থান দখল কৰে দৰং জিলাৰ পাথৰিঘাট এইচ এছ স্কুলৰ পূবালী ডেকাই। এই শাখাত তেওঁকে ধৰি স্থান লাভ কৰা অন্যান্য ছাত্ৰ-ছাত্ৰীসকল হৈছেঃ

শিক্ষাৰ্থী/শিক্ষানুষ্ঠান প্ৰাপ্ত নম্বৰ

প্ৰথমঃ পূবালী ডেকা(পাথৰিঘাট এইচ এছ স্কুল, দৰং) ৪৮১/৫০০ (মুঠ)

শ্ৰদ্ধা বৰগোহাঁই(ৰামানুজন জুনিয়ৰ কলেজ,নগাঁও) ৪৮১/৫০০

দ্বিতীয়ঃ কাশ্মিৰী দাস(বৰপেটা বিদ্যাপীঠ, বৰপেটা) ৪৭৭/৫০০

অন্বেষা কাশ্যপ(গোলাঘাট জাঃ মহাবিদ্যালয়) ৪৭৭/৫০০

সাইমা(আব্দুল হাবিব এইচ এছ স্কুল, হোজাই) ৪৭৭/৫০০

তৃতীয়ঃ জুস্মিতা গোস্বামী(কে কে এইচ জুঃ কলেজ, বৰপেটা ৪৭৩/৫০০

ফৰহানুৰ ৰহমান(বঙাইগাঁও এইচ এছ স্কুল, বঙাইগাঁও) ৪৭৩/৫০০

ময়ুৰিকা ডেকা (ৰঞ্জিত শৰ্মা একাডেমী, দৰং) ৪৭৩/৫০০

সংগীতা দাস(প্ৰেগমেটিক জুনিয়ৰ একাডেমী, কামৰূপ) ৪৭৩/৫০০

পলী বৰা( কনচেপ্ট জুনিয়ৰ কলেজ) ৪৭৩/৫০০

প্ৰিয়াক্ষী বৰা(ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও) ৪৭৩/৫০০

চতুৰ্থঃ মানসী চহৰীয়া(ব্ৰিলিয়াণ্ট একাডেমী, দৰং) ৪৭২/৫০০

দেবাশ্ৰী বৰা(কটন বিশ্ববিদ্যালয়) ৪৭২/৫০০

তৱাহিৰা জামান(মাধৱ দেৱ জুনিয়ৰ কলেজ, নগাঁও) ৪৭২/৫০০

জুলী বৈশ্য(ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও) ৪৭২/৫০০

পঞ্চমঃ শৰত শইকীয়া(ধেমাজি এইচ এছ স্কুল) ৪৭১/৫০০ সম্পূৰ্ণা বাতসায়ন(অসম জাতীয় বিদ্যালয়, গুৱাহাটী) ৪৭১/৫০০

কাবেৰী কোঁচ(ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও) ৪৭১/৫০০

মালবিকা ভৰদ্বাজ(পি বি ধীৰদত্ত এইচ এছ স্কুল, নলবাৰী) ৪৭১/৫০০

ষষ্ঠঃ ভাৰ্গৱ ফুকন (ক্ৰিছেণ্ট একাডেমী, যোৰহাট) ৪৭০/৫০০ স্বাগতা দত্ত (জিনিয়াছ একাডেমী জুঃ কলেজ, লখিমপুৰ) ৪৭০/৫০০ হৰ্ষিতা বৰঠাকুৰ(কলংপাৰ বিদ্যাপীঠ, নগাঁও) ৪৭০/৫০০

সপ্তমঃ অৱন্তি ৰয়(বি এন কলেজ, ধুবুৰী) ৪৬৯/৫০০

অন্নশ্ৰী মহন্ত(ছল্টব্ৰুক একাডেমী, ডিব্ৰুগড়) ৪৬৯/৫০০

অমিতেশ নাথ(গোলাঘাট জাতীয় মহাবিদ্যালয়) ৪৬৯/৫০০

দিব্যপ্ৰতীম বৰা(আজাদ একাডেমী জুঃ কলেজ,লখিমপুৰ) ৪৬৯/৫০০

উদিতা ইশানী কাকতি(ৰামানুজন জুঃ কলেজ, নগাঁও) ৪৬৯/৫০০

শতাব্দী পূজাৰী(ৰামানুজন জুঃ কলেজ, নগাঁও) ৪৬৯/৫০০

প্ৰিয়াংসী গোস্বামী(ৰেনেছাঁ জুনিয়ৰ কলেজ, নগাঁও) ৪৬৯/৫০০

পৰিণীতা বুজৰবৰুৱা, আসাম ভেলী একাডেমী, নলবাৰী) ৪৬৯/৫০০

অষ্টমঃ অলিস্মিতা শৰণীয়া(কে কে সন্দিকৈ জুনিয়ৰ কলেজ,বৰপেটা) ৪৬৮/৫০ ডেইজী নাথ(বাডছ একাডেমী জুঃকলেজ, বৰপেটা) ৪৬৮/৫০০

আফ্ৰীন ইছলাম(ছেইণ্ট জেভিয়াৰ্ছ জুঃ কলেজ, ডিব্ৰুগড়) ৪৬৮/৫০০

প্ৰাপ্তি বৰুৱা(ফৰকাটিং জুনিয়ৰ কলেজ, গোলাঘাট) ৪৬৮/৫০০

নৱমঃ অজোস্বেতা বশিষ্ঠ গোস্বামী(বঙাইগাঁও এইচ এছ স্কুল) ৪৬৭/৫০০

এপলো কাশ্যপ(প্ৰাগজ্যোতিকা জুঃ কলেজ, যোৰহাট) ৪৬৭/৫০০

নম্ৰতা বৰুৱা(ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও) ৪৬৭/৫০০

দশমঃ চন্দ্ৰিকা কলিতা(কে কে সন্দিকৈ জুঃ কলেজ, বৰপেটা) ৪৬৬/৫০০

অংকিতা ভূঞা(কিৰণ একাডেমী জুনিয়ৰ কলেজ, ধেমাজী) ৪৬৬/৫০০

কৃষ্ণা বালা দাস(হালাকুৰা এইচ এছ স্কুল, ধুবুৰী) ৪৬৬/৫০০

শুভাকাংক্ষী আত্ৰেয়(ক্ৰিছেণ্ট একাডেমী, য়োৰহাট) ৪৬৬/৫০০

ছাহাব উদ্দিন(লালুক এইচ এছ স্কুল, লখিমপুৰ) ৪৬৬/৫০০

মমিনা আখতাৰ(লুইত একাডেমী জুঃ কলেজ, নলবাৰী) ৪৬৬/৫০০

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com