উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাঃ শীৰ্ষত ছল্টব্ৰুকৰ কৃষ্ণা

বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ স্থান দখল কৰে ডিব্ৰুগড়ৰ ছল্টব্ৰুকৰ কৃষ্ণা মহেশ্বৰীয়ে
উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাঃ শীৰ্ষত ছল্টব্ৰুকৰ কৃষ্ণা
Published on: 

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূডান্ত বৰ্ষৰ পৰীক্ষাত বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ স্থান দখল কৰে ডিব্ৰুগড়ৰ ছল্টব্ৰুকৰ কৃষ্ণা মহেশ্বৰীয়ে। এই শাখাত তেওঁকে ধৰি স্থান লাভ কৰা অন্যান্য ছাত্ৰ-ছাত্ৰীসকল হৈছেঃ 

শিক্ষাৰ্থী/শিক্ষানুষ্ঠান প্ৰাপ্ত নম্বৰ

প্ৰথমঃ কৃষ্ণা মহেশ্বৰী(ছল্টব্ৰুক একাডেমী, ডিব্ৰুগড়) ৪৭১/৫০০(মুঠ)

দ্বিতীয়ঃ হৰপ্ৰীত কৌৰ(সোণাৰি জুনিয়ৰ কলেজ, চৰাইদেউ) ৪৬৮/৫০০

তৃতীয়ঃ বিনীতা সাহা(ৰামানুজ গুপ্তা জুঃ কলেজ, কাচাৰ) ৪৬৬/৫০০

চতুৰ্থঃ জ্ঞানদীপ দুৱৰা(ৰিলায়েন্স জুনিয়ৰ কলেজ, গোলাঘাট) ৪৬৫/৫০০

সুৰভী দেৱ(শংকৰদেৱ জুনিয়ৰ কলেজ, হোজাই) ৪৬৫/৫০০

পিউ দাস(ডিক্ৰং নেচনেল জুনিয়ৰ কলেজ, লখিমপুৰ) ৪৬৫/৫০০

পঞ্চমঃ প্ৰেৰণা দুৱৰা(ছল্টব্ৰুক একাডেমী, ডিব্ৰুগড়) ৪৬০/৫০০

আস্থা চৌধুৰী (ছল্টব্ৰুক একাডেমী, ডিব্ৰুগড়) ৪৬০/৫০০

অংকুৰজ্যোতি ভূঞা(জে বি কলেজ, যোৰহাট) ৪৬০/৫০০

ষষ্ঠঃ শ্ৰ্ৰুতি জৈন(ডন বস্ক' এইচ এছ স্কুল, কাৰ্বি আংলং) ৪৫৭/৫০০

কাৰ্তিক ধাৰিৱাল(নগাঁও চৰকাৰী এইচ এছ স্কুল, নগাঁও) ৪৫৭/৫০০

সপ্তমঃ অৰিজিত সাহা(বঙাইগাঁও কলেজ, বঙাইগাঁও) ৪৫৪/৫০০

অষ্টমঃ সুমিতা ৰয়(বিবেকানন্দ জুনিয়ৰ কলেজ, কাচাৰ) ৪৫৩/৫০০

প্ৰিয়া জৈন(নলবাৰী কমাৰ্চ কলেজ, নলবাৰী) ৪৫৩/৫০০

তৃষ্ণা দেৱী(নলবাৰী কমাৰ্চ কলেজ, নলবাৰী) ৪৫৩/৫০০

মেঘা মজুমদাৰ(শিৱসাগৰ জুনিয়ৰ কলেজ, শিৱসাগৰ) ৪৫৩/৫০০

নৱমঃ আদিত্য দত্ত(ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, কাচাৰ) ৪৫২/৫০০

ছিমি দাস(গুৱাহাটী কমাৰ্চ কলেজ) ৪৫২/৫০০

সাগিনা খাতুন(ব্ৰহ্মপুত্ৰ ভেলী একাডেমী,লখিমপুৰ) ৪৫২/৫০০

দশমঃ নলিনী জামাৰ(এন ই এফ কলেজ, কামৰূপ(মহানগৰ) ৪৫১/৫০০

সাক্ষী গোলচ্চা(কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী) ৪৫১/৫০০

মধুসুধন শৰ্মা(ডিক্ৰং নেচনেল জুনিয়ৰ কলেজ, লখিমপুৰ) ৪৫১/৫০০

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com