অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ধন দি চাকৰি ক্ৰয় কৰা কৃষি বিষয়াক

অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ধন দি চাকৰি ক্ৰয় কৰা  কৃষি বিষয়াক
Published on: 

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে কৃষি বিষয়া মৃগেন হালৈক ধন দি চাকৰি ক্ৰয় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷মৃগেন হালৈৰ বিৰুদ্ধে গুৱাহাটীৰ ভঙাগড় আৰক্ষী থানাত ১৫৯/১৭ নম্বৰত গোচৰ পঞ্জীয়ন কৰাৰ পিছতেই গ্ৰেপ্তাৰ হয় ।

হালৈ বৰ্তমান চিৰাং জিলাৰ কৃষি বিভাগৰ খণ্ড কৃষি বিষয়া হিছাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ উল্লেখ্য যে কৃষি বিষয়াৰ লিখিত পৰীক্ষা ২০১৪ চনত আয়োজিত হৈছিল আৰু এই পদৰ সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল ২০১৫ চনত ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com