অসমৰ শিক্ষা বিভাগক পৰিদৰ্শন কৰিবলৈ উপস্থিত নেপালৰ বিভাগীয় দল

অসমৰ শিক্ষা বিভাগক পৰিদৰ্শন কৰিবলৈ উপস্থিত নেপালৰ বিভাগীয় দল
Published on

এক মহত্ত্বপূৰ্ণ বিকাশৰ কাৰণে কাষৰীয়া দেশৰ চৰকাৰী শিক্ষা বোৰ্ডে অসমৰ শিক্ষা বিভাগৰ বিষয়ে জানিবলৈ বিছাৰিছে ৷এই সন্দৰ্ভত নেপালৰ ৰাষ্ট্ৰীয় পৰীক্ষা বৰ্ডে অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ লগত সম্পৰ্ক কৰিছে ৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ(AHSEC) সচিব কমল গগৈয়ে কয় যে ৰাষ্ট্ৰীয় পৰীক্ষা বৰ্ড,নেপালৰ বিভাগীয় কৰ্তৃপক্ষৰ এজন বিষয়া সুভাষ শিৱাকোটীয়ে পৰিষদক এখন পত্ৰ প্ৰেৰণ কৰে ৷

ইয়াৰ পিছত প্ৰতিনিধিসকলে প্ৰথমতেই পৰিষদৰ পৰিদৰ্শন কৰিছে ৷নেপালৰ ৰাষ্ট্ৰীয় পৰীক্ষা বোৰ্ডৰ প্ৰতিনিধি পৰিষদ মূল্যায়ন আৰু মূল্যাংকন প্ৰণালী বিৱৰণ জানিব বিচাৰে ৷তেওঁলোকে অনলাইন আৰু অন্য সময় আৰু পৰীক্ষাৰ পিছত হোৱা প্ৰক্ৰিয়াৰ সন্দৰ্ভত অধ্যয়ন কৰিব বিছাৰে ৷

পৰিষদে চলিত বৰ্ষত এইচএচ পৰীক্ষাৰ কাৰণে ১২০০০ মূল্যাংকন কৰ্তাক নিয়োগ কৰিব ৷এএইচএচইচি ত ১৪৫৩ শিক্ষণ স্থান আছে ৷য’ত কলেজ আৰু স্কুলো নিহিত আছে ৷প্ৰায় ২,৪২,৮৪৩ পৰীক্ষাৰ্থীয়ে এই শৈক্ষিক ক্ষেত্ৰত এইচএচ পৰীক্ষাত উপস্থিত আছিল। পৰীক্ষা ৭৭২ টা কেন্দ্ৰত আয়োজন কৰা হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com