আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন
Published on: 

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন । সোমবাৰে ৬৮ বছৰত ভৰি দিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে। জন্মদিনৰ দিনা মোডীয়ে বাৰানসীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলৰ সৈতে নিজৰ জন্মদিন পালন কৰিব মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিভিন্নজনে জন্মদিনৰ শুভকামনা জনালে মোদীক। নিজৰ জন্মদিনত বাৰাণসীত ৫০০ কোটিৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com