আজি ১২ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১২ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস
Published on

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৩৬৫ চনৰ আজিৰ দিনটোতে অষ্টিয়াৰ ৰাজধানী বিয়নাত বিশ্ববিদ্যালয় স্থাপন হয় ৷

১৪৯৬ চনৰ আজিৰ দিনটোতে ইহুদিসকলক চিৰিয়াৰ পৰা বহিস্কাৰ কৰিছিল ৷

১৬০৯ চনৰ আজিৰ দিনটোতে আটলান্টিক মহাসাগৰস্থিত বাৰমুডা দ্বীপত ইংৰাজসকলৰ উপনিবেশ স্থাপন হৈছিল ৷

১৭৫৫ চনৰ আজিৰ দিনটোতে আমেৰিকাত ভাপৰ পুৰ্বতে খাৱৈৰ পৰা ইঞ্জিনৰ জৰিয়তে পানী উলিয়াবলৈ ব্যৱহাৰ কৰিছিল ৷

১৯০৪ চনৰ ব্ৰিটেইনত ইলেক্টিক লাইনত ট্ৰেইনৰ চলাচল আৰম্ভ হয়।

১৯২৮ চনৰ আজিৰ দিনটোতে কেলিফৰ্নিয়াত নিৰ্মাণ হোৱা কৰা ফাঞ্চিছ ডেম ভাগি যোৱাৰ ফলত হোৱা বানপানীত ৬ শতাধিক লোকৰ মৃত্যু হয়।

১৯৩০ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী মাৰ্ছ আৰম্ভ হয়।

১৯৩৮ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াত জাৰ্মানীয়ে আক্ৰমণ কৰা৷

১৯৪২ চনৰ আজিৰ দিনটোতে ব্ৰিটিশ সৈনিকে আন্দামান দ্বীপ খালী কৰা হয় ৷

১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰে সাহিত্য অকাডেমী পুৰস্কাৰ উৎঘাটন কৰে।

১৯৫৮ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিছ সাম্ৰাজ্য দিৱস নামৰ ৰাষ্ট্ৰমণ্ডল দিৱস হয়।

আমেৰিকাৰ মজদূৰ সংগঠন টীমষ্টৰ সংঘৰ অধ্যক্ষ জেম্ছ হোফাক ১৯৬৪ চনত আঠ বছৰৰ কাৰণে জেইললৈ প্ৰেৰণ কৰে ৷

১৯৭০ চনৰ আজিৰ দিনটোতে আমেৰিকাত ভোটদানৰ বয়স পৰা ২১ বৰ্ষৰ পৰা সীমিত কৰি ১৮ বৰ্ষ কৰে ৷

১৯৯২ চনৰ আজিৰ দিনটোতে মৰিচাচক গণৰাজ্য হিচাপে ঘোষণা হয়।

১৯৯৩ চনৰ আজিৰ দিনটোতে মুম্বাইত চিলচিলেবাৰত হোৱা বোমা বিস্ফোৰণত প্ৰায় ৩০০ জন লোকৰ মৃত্যু হয় আৰু অধিক লোক আহত হয়।

১৯৯৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভায়োলিন বাদক ইহুদী মনুহিনৰ মৃত্যু হয়।

২০০৩ চনৰ আজিৰ দিনটোতে চৰ্বিয়া প্ৰধানমন্ত্ৰী জোৰান জিনজিৱৰ ব্ৰেলগ্ৰেডত হত্যা সন্মুখীন হয় ।

২০০৭ চনা আজিৰ দিনটোতে জামাইকাত ৯ সংখ্যক বিশ্বকাপ ক্ৰিকেটৰ উৎঘাটন হয়।

২০০৮ চনৰ আজিৰ দিনটোতে বিশ্বৰ সকলোতকৈ বয়োজেষ্ঠ্য মহিলাৰূপে খ্যাত বাৰৱা সেমেনিকোৱাৰ ৰুছত ১১৭ বছৰ বয়সত মৃত্যু হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৩৮ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰসায়ন ছাৰ উইলিয়াম হেনৰী পৰ্কিনৰ জন্ম হৈছিল ৷

১৯১৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিজ্ঞ যশৱন্তৰাও চৌহানৰ জন্ম হৈছিল ৷

১৯২৭ চনৰ আজিৰ দিনটোতে আৰ্জেন্টিনাৰ ৰাষ্ট্ৰপতি ৰ’ল অলফোন্সিনৰ জন্ম হৈছিল ৷

১৯৮৪ চনৰ আজিৰ দিনটোতে জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষালৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

মধ্যকালীন সন্ত সাহিত্যৰ সমীক্ষক ক্ষিতিশমোহন সেনৰ মৃত্যু হৈছিল ১৯৬০ চনৰ আজিৰ দিনতোতে ৷

আজি তিব্বতী মহিলা বিকাশ দিৱস ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com