আজি ১৯ ফেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৯ ফেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা,যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে

১৬১৪ চনৰ আজিৰ দিনটোতে জাহাংগীৰে মেৱাড়ক অধিকাৰ কৰে৷

১৯১১ চনৰ আজিৰ দিনটোতে বিমানৰ দ্বাৰা ডাক সেৱা ভাৰতত আৰম্ভ হয় ৷

১৯৪৬ চনৰ আজিৰ দিনটোতে মুম্বাইত ৰ’য়েল ইণ্ডিয়ান নেভীৰ বিদ্ৰোহ হৈছিল ৷

১৯৬৫ চনৰ আজিৰ দিনটোতে গাংবিয়াক ব্ৰিট্টেইনৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰে ৷

১৯৭১ চনৰ আজিৰ দিনটোতে আৰবী চেটেলাইট ষ্টেচনৰ দ্বাৰা ব্ৰিট্টিইনৰ লগত প্ৰথম উপগ্ৰহৰ সম্পৰ্ক স্থাপন কৰে ৷

১৯৭৯ চনত আমেৰিকাই ভাৰতক ১৬৬৪ কোটি এখন চেক প্ৰদান কৰে ৷যিখন বিশ্বৰ সকলোতকৈ বৃহৎ চেক হিচাপে প্ৰতিপন্ন হয় ।

১৯৭৯ চনৰ আজিৰ দিনটোতে চাহাৰা ৰেগিস্তানত প্ৰথম বাৰ আৰু শেষ বাৰৰ কাৰণে হিমপাত হয় ৷

১৯৮৯ চনৰ আজিৰ দিনটোতে আফগান চৰকাৰে আপাত স্থিতিৰ ঘোষণা কৰে ৷

১৯৯১ চনৰ আজিৰ দিনটোতে আয়ৰিশ ৰিপ্লাৱিকান সেনাই ভিক্টোৰিয়া ষ্টেশ্যনত হোৱা বিষ্ফোৰণৰ দায়িত্ব লয়,য’ত বহুত লোক হতাহতি হৈছিল।

১৯৯৯ চনৰ আজিৰ দিনটোতে বাংলাদেশ আৰু ভাৰতৰ মাজত বাছ সেৱাক লৈ বুজাবুজি ।

২০০৩ চনৰ আজিৰ দিনটোতে দক্ষিন কোৰিয়াৰ এখন চহৰত এখন মেট্ট’ট্ৰেইনত হোৱা অগ্নিকাণ্ডৰ কাৰণে প্ৰায় ১৩৪ লোকৰ মৃত্যু হয় ৷

২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰিজাৰ্ভ বেংকে চুইছ বেংক এজীক দেশত কৰ্ম কৰিবলৈ অনুমতি দিয়ে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৪৮৬ চনৰ আজিৰ দিনটোতে মহান সন্ত চৈতন্য মহাপ্ৰভুৰ জন্ম হৈছিল ৷

১৮৩৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ মহান সন্ত স্বামী বিবেকানন্দৰ গুৰু ৰামকৃষ্ণ পৰমহংসৰ জন্ম হৈছিল।

১৮৮৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰান্তিকাৰী মদন লাল ঢীংগৰাৰ জন্ম হৈছিল ৷

১৮৯৪ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী নেতা তথা ৰাজনীতিজ্ঞ ৰফী অহমদ কিদবইৰ জন্ম হৈছিল।

১৮৯৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী জয়নাৰায়ন ব্যাসৰ জন্ম হৈছিল ৷

১৯২৫ চনৰ আজিৰ দিনটোতে সাহিত্য অকাডেমী পুৰস্কাৰেৰে সন্মানিত হিন্দী ভাষাৰ লেখিকা কৃষ্ণা চোবিতীৰ জন্ম হৈছিল ৷

১৯২৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবিৰ প্ৰসিদ্ধ অভিনেত্ৰী নলীনী জয়ৱন্তৰ জন্ম হৈছিল ৷

১৯২৭ চনৰ আজিৰ দিনটোতে বলীউডৰ প্ৰসিদ্ধ সংগীতকাৰ খয়ামৰ জন্ম হৈছিল ৷

১৯৩৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় হিন্দী ছবিৰ প্ৰসিদ্ধ অভিনেত্ৰী নিম্মীৰ জন্ম হৈছিল ৷

১৯৪১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ গায়ক ইমা থমাছৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা:

১২৯৪ চনৰ আজিৰ দিনটোতে মোগল সেনাপতি কুবলয় শ্বাহৰ মৃত্যু হৈছিল ৷

১৪০৫ চনৰ আজিৰ দিনটোতে টাইমূৰ লংগৰ মৃত্যু হৈছিল ৷

১৯৭৭ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ অভিনেত্ৰী এণ্ডী ডিভাইনৰ মৃত্যু হৈছিল ৷

২০১৬ চনৰ আজিৰ দিনটোতে পদ্ম ভূষণৰে সন্মানিত হিন্দুস্তানী শাস্ত্ৰীয় গায়ক অব্দুল ৰাশিদ খানৰ মৃত্যু হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com