আজি ২১ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২১ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ  ইতিহাস
Published on

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৩৪৯ চনৰ আজিৰ দিনটোতে জাৰ্মানীত হোৱা এৰফৰ্ট চহৰত হাজাৰ হাজাৰ ইহুদীৰ মৃত্যু হৈছিল।

১৪১৩ চনত হেনৰী পঞ্চম ইংলেণ্ডৰ ৰজা হয় ।

১৮০৪ চনৰ আজিৰ দিনটোতে নেপোলিয়নে ফান্সৰ নাগৰিকতা গ্ৰহণ কৰে ৷

১৮৩৬ চনৰ আজিৰ দিনটোতে কলকাতাত প্ৰথম সাৰ্বজনিক পুথিভৰাঁলৰ আৰম্ভ হয়। সম্প্ৰতি ইয়াৰ নাম হয় ৰাষ্ট্ৰীয় পুথিভৰাঁল।

১৮৫৭ চনৰ আজিৰ দিনটোতে জাপানৰ ৰাজধানী টকিঅ’ত অহা ভূমাকম্পত প্ৰায় ১৭০০০০ লোকৰ মৃত্যু হয় ৷

১৮৮৭ চনত মুম্বাইত প্ৰথম প্ৰাৰ্থনা সমাজৰ স্থাপন হৈছিল ৷

১৯০৬ চনৰ আজিৰ দিনটোতে থাই চিল্ক উদ্যোগ নিৰ্মাণ কৰা আমেৰিকাৰ উদ্যোগপতি জিম থমচনৰ জন্ম হৈছিল ।

১৯৩৫ চনৰ আজিৰ দিনটোতে ফাৰ্চী ভাষাৰ দেশ পাৰচ্য নাম পৰিৱৰ্তন কৰি ইৰানলৈ পৰিৱৰ্তন কৰে ৷

১৯৪৩ চনৰ আজিৰ দিনটোতে হিটলাৰৰ ওপৰত কৰা আক্ৰমণ বিফল হয় ৷

১৯৫৮ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই বায়ুমণ্ডলীয় পৰমাণু পৰীক্ষণ কৰে ৷

১৯৭১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ প্ৰথম শতক অৰ্জন কৰে ।

১৯৭৫ চনৰ আজিৰ দিনটোতে ইথোপিয়াত তিনি হাজাৰ বছৰৰ পিছত ৰাজতন্ত্ৰ সমাপ্ত হয় ।

১৯৭৯ চনৰ আজিৰ দিনটোতে মিস্তৰ সংসদে ইজৰাইলৰ লগত শান্তি সন্ধিত সন্মতি দিয়ে ৷

২০০০ চনৰ আজিৰ দিনটোতে গিৰিজা প্ৰসাদ কোইৰালা নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯১২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সংগীতকাৰ খ্যাজা খুৰ্শীদ অনৱৰৰ জন্ম হৈছিল ৷

১৯২২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ছবি নিৰ্দেশক আৰু নিৰ্মাতা ৰস মেয়ৰৰ জন্ম হৈছিল ৷

১৯২২ চনৰ আজিৰ বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী মুজিবুৰ ৰহমানৰ জন্ম হৈছিল ৷

১৯২৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় ধাৰ্মিক নেতা নিৰ্মলা শ্ৰীবাস্তৱৰ জন্ম হয় ৷

১৯৩৭ চনৰ আজিৰ দিনটোতে মহান ভাৰতীয় হকী খেলুৱৈ মহম্মদ জাফৰৰ জন্ম হৈছিল।

১৯৭৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৫২ চনৰ আজিৰ দিনটোতে হিন্দীৰ প্ৰসিদ্ধ সাহিত্যকাৰৰ এজন কেশৱ প্ৰসাদ মিশ্ৰৰ মৃত্যু হৈছিল ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিছ হাস্য অভিনেতা এৰ্নীবাইচৰ মৃত্যু হৈছিল ৷

২০০৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ উপন্যাসকাৰ শিৱানীৰ মৃত্যু হৈছিল ৷

আজি বিশ্ব কবিতা দিৱস৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com