কংগ্ৰেছৰ দুৰ্গ আমেথিত বিজেপিৰ বিজয় ধ্বজা

কংগ্ৰেছৰ দুৰ্গ আমেথিত বিজেপিৰ বিজয় ধ্বজা
Published on

কংগ্ৰেছৰ দুৰ্গ আমেথিত বিজেপিৰ জয়। আমেথি লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰানীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । আমেথিত বিজেপিৰ ঐতিহাসিক জয় । কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক পৰাজিত কৰে বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰানীয়ে।

স্মৃতি ইৰানীয়ে আমেথি লোকসভা সমষ্টিত ৪৯.৬% লাভ কৰাৰ বিপৰীতে ৰাহুল গান্ধীয়ে ৪৩.৮৯% লাভ কৰে। সুদীৰ্ঘ ২০ বছৰত প্ৰথমবাৰৰ বাবে আমেথি কংগ্ৰেছ পৰাজয় বৰণ কৰিছে । বৰ্তমানলৈকে মাত্ৰ দুবাৰহে আন দলে আমেথিত জয় হবলৈ সক্ষম হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com