কেন্দ্ৰই নিয়ন্ত্ৰন কৰিব ছচিয়েল মিডিয়া

কেন্দ্ৰই নিয়ন্ত্ৰন কৰিব ছচিয়েল মিডিয়া
Published on

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কৈছে যে ছচিয়েল মিডিয়াক ভাৰতীয় নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিৰুদ্ধে গালি পৰাৰ বাবে কোনোধৰনৰ অনুমতি প্ৰদান কৰা নাই।আগষ্টৰ ২৩-২৪ৰ পৰা আৰ্জেন্টিনাৰ ছালাটাত অনুস্থিত হোৱা জি-২০ ডিজিটেল অৰ্থনীতি মন্ত্ৰালয়ৰ প্লেনেটেৰী সভাত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চৰকাৰ ছচিয়েল মিডিয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰিব।লগতে কয় যে গনতন্ত্ৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰো অধিকাৰ নাই।চিবিআইয়ে ইতিমধ্যে ব্ৰিটিচ পলিটিকেল কনচালটেনচিয়ে ভাৰতৰ গোপন তথ্য ফেচবুকত ফাদিল কৰাৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com