কেন্দ্ৰীয় চৰকাৰৰে ৬ জনগোষ্ঠীৰ বৈঠক বিফল

কেন্দ্ৰীয় চৰকাৰৰে ৬ জনগোষ্ঠীৰ বৈঠক বিফল
Published on: 

অসমৰ ৬ জনগোষ্ঠীৰ বিষয়ববীয়াই কেন্দ্ৰীয় চৰকাৰৰ লগত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰদানৰ প্ৰসংগত চৰকাৰৰ স্থিতিত সন্তুষ্ট নহৈ বৈঠক বিফল হোৱাৰ ইংগিত প্ৰদান কৰে।আলোচনাৰ অন্তত সংগঠন সমূহৰ বিষয়ববীয়া সকলে কয় যে কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ নামত ভেঁকোভাওনা পাতিছে।৬ জনগোষ্ঠীক প্ৰতাৰনাৰ পৰিনাম অতি ভয়ংকৰ হব,ইয়াৰ পৰিনাম সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন ৰাজ্য চৰকাৰে ভোগ কৰিব লাগিব।৩০ জুলাইত নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে সংগঠন কেইটাৰ সদস্যসকলে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com