কেৰালাৰ ভাৰতীয় প্ৰশাসনীক বিষয়াই গোপনে সহায় কৰিলে বানাপীড়িতক

কেৰালাৰ ভাৰতীয় প্ৰশাসনীক বিষয়াই গোপনে সহায় কৰিলে বানাপীড়িতক
Published on

দেশৰ বানপানীৰ ইতিহাসৰ অন্যতম ভয়াৱহ বানপানী সৃষ্টি হৈছিল। বানপানীৰ ফলত বহুত লোকে প্ৰান হেৰুৱাৰ লগতে বহুত লোক চিৰদিনৰ বাবে ঘুনিয়া হৈছিল।কেৰালাত বানপানীয়ে সমগ্ৰ ৰাজ্যখনতে তাণ্ডৱ চলোৱাত সকলো পক্ষৰ পৰা দান বৰঙনিৰ বৰষুণ হৈছিল।চৰকাৰ, দল-সংগঠন, ৰাজনৈতিক নেতা, চেলিব্ৰেটিৰ পৰা সাধাৰন লোকলৈ সকলোৱে সহায়ৰ হাত আগৱঢ়াইছিল।এই সময়তে চৰ্চালৈ আহিছে এজন ভাৰতীয় প্ৰশাসনিক বিষয়া।কান্নান গোপীনাথ নাম ২০১২ বেষ্টৰ বিষয়া জনে নিজৰ পৰিচয় গোপনে ৰাখি ১ কোটি টকা বান পীড়িত লোকলৈ দান কৰি চাঞ্চল্য সৃষ্টি কৰিছে।ঘটনাটো পোহৰলৈ অহাত সকলোয়ে প্ৰশংসা কৰিছে বিষয়া জনক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com