খিলঞ্জীয়া স্বাৰ্থ: আছু আৰু এছ এ কে পিৰ ৰাজভৱনলৈ সমদল

খিলঞ্জীয়া স্বাৰ্থ: আছু আৰু এছ এ কে পিৰ ৰাজভৱনলৈ সমদল
Published on: 

আছুৰ নেতা-কৰ্মচাৰী আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে বুধবাৰে একজোট হৈ ৰাজভৱনলৈ সমদল উলিয়ায়। দুয়োটা সংগঠনৰ নেতা আৰু সদস্যসকল গুৱাহাটীৰ উজান বজাৰৰ শ্বহীদ ন্যাসত মিলিত হৈ খোজকাঢ়ি ৰাজভৱনলৈ সমদল উলিয়ায়। আছু আৰু এছ এ কে পিৰ মূল দাবী হৈছে সকলোধৰণৰ বিবাদপূৰ্ণ বিল নাইকিয়া কৰা, নিৰ্দ্দিষ্ট সময়সীমাৰ ভিতৰত অসম চুক্তি ৰূপায়ন কৰা আৰু বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com