জনপ্ৰিয় অভিনেত্ৰী হেমা মালনীৰ মনোনয়ন পত্ৰ দাখিল

জনপ্ৰিয় অভিনেত্ৰী হেমা মালনীৰ মনোনয়ন পত্ৰ দাখিল
Published on: 

অভিনয়ৰ জগতৰ পৰা ৰাজনৈতিক জগতত ভৰি দিয়া জনপ্ৰিয় অভিনেত্ৰী হেমা মালনীয়ে ২০১৯ লোকসভা নিৰ্বাচনত মথুৰা লোকসভা সমষ্টিদ পৰা প্ৰতিদন্দ্বিতা কৰিব।

সোমবাৰে সাংসদ হেমা মালনীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । হেমা মালনীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথও উপস্থিত থাকে ।

সোমবাৰে হেমা মালনীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত মংগলবাৰে এক ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰে । মথুৰাৰ পৰা দ্বিতীয় বাৰৰ বাবে হেমা মালনীয়ে নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰিব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com